আমাৰ বিদ্যালয়ত শিশুৰ প্ৰাথমিক শিক্ষাৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে বিভিন্ন শ্ৰেণীৰ বাবে গুণগত শিক্ষাৰ সুবিধা প্ৰদান কৰা হয়।
| ক্ৰমিক | শ্ৰেণীৰ নাম | পৰ্যায় |
|---|---|---|
| 01 | অংকুৰ | প্ৰাথমিক |
| 02 | কুঁহি (ক) | প্ৰাথমিক |
| 03 | কুঁহি (খ) | প্ৰাথমিক |
| 04 | সোপান | প্ৰাথমিক |
| 05 | প্ৰথম (ক) | প্ৰাথমিক |
| 06 | প্ৰথম (খ) | প্ৰাথমিক |
| 07 | দ্বিতীয় | প্ৰাথমিক |
| 08 | তৃতীয় (ক) | প্ৰাথমিক |
| 09 | তৃতীয় (খ) | প্ৰাথমিক |
| 10 | চতুৰ্থ | প্ৰাথমিক |
| 11 | পঞ্চম | প্ৰাথমিক |
| 12 | ষষ্ঠ (ক) | মাধ্যমিক |
| 13 | ষষ্ঠ (খ) | মাধ্যমিক |
| 14 | সপ্তম | মাধ্যমিক |
| 15 | অষ্টম (ক) | মাধ্যমিক |
| 16 | অষ্টম (খ) | মাধ্যমিক |
| 17 | নৱম (ক) (খ) | মাধ্যমিক |
| 18 | দশম | মাধ্যমিক |
| 19 | একাদশ / দ্বাদশ (কলা শাখা) | উচ্চতৰ মাধ্যমিক |
| 20 | একাদশ / দ্বাদশ (বিজ্ঞান শাখা) | উচ্চতৰ মাধ্যমিক |
উপযুক্ত শ্ৰেণী বাছনি কৰি আজিয়েই নামভৰ্তিৰ বাবে যোগাযোগ কৰক।